ধলপুৰৰ উচ্ছেদিতক পুনৰ সংস্থাপনৰ দাবী জাকিৰ হুছেইন শিকদাৰৰ

By

Published : Sep 21, 2021, 10:39 PM IST

thumbnail

দৰঙৰ ধলপুৰত চলা উচ্ছেদৰ বিৰোধিতা অসম প্ৰদেশ কংগ্ৰেছ আৰু কংগ্ৰেছ বিধায়িনী দলৰ ৷ মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি জাকিৰ হুছেইন শিকদাৰে কয়, উচ্ছাদিত লোক সকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক দিয়া প্ৰতিশ্ৰুতি পালন নকৰাৰ অভিযোগ জাকিৰ হুছেইন শিকদাৰৰ ৷ ধলপুৰৰ উচ্ছেদিত লোক সকলক অনতিপলমে মাটিৰ পট্টা দিবলৈ দাবী জাকিৰ হুছেইন শিকদাৰে ৷ ইফালে সংবাদমেলত উচ্চ ন্যায়ালয়ৰ বাধা থকাৰ পিচতো দৰং জিলা প্ৰশাসনে কি দৰে উচ্ছেদ অভিযান চলালে বুলি প্ৰশ্ন উত্থাপন কৰে বিধায়ক বসন্ত দাসে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.