প্ৰসংগ জুৰোড বিস্ফোৰণঃ মুখ্যমন্ত্ৰী-আৰক্ষী সঞ্চালক প্ৰধানৰ বৈঠক

By

Published : May 16, 2019, 11:12 PM IST

thumbnail

গুৱাহাটীৰ গ্ৰেনেড বিস্ফোৰণক লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ বৈঠক ৷ জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠক ৷ বৈঠকত উপস্থিত অতিৰিক্ত সঞ্চালক প্ৰধান মুকেশ আগৰৱালা, আৰক্ষী আয়ুক্তকে ধৰি কেইবাজনো শীৰ্ষ আৰক্ষী বিষয়া ৷ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.