গৰুখুটিৰ হিংসাত্মক ঘটনাৰ প্ৰতিবাদত উত্তাল লখিমপুৰ

By

Published : Sep 24, 2021, 5:58 PM IST

thumbnail

দৰঙৰ গৰুখুটিত উচ্ছেদৰ নামত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পাচতে শুকুৰবাৰে ৰাজ্য জুৰি প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম সংখ্যালঘু ছাত্র সন্থা চমুকৈ আমছুৱে । লখিমপুৰৰ খেলমাটি, বঙালমৰা আদি বিভিন্ন স্থানত বিয়লি ভাগত আমছুৱে প্ৰতিবাদ সাব্যস্ত কৰে । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে আমছুৱে । প্ৰতিবাদকাৰী সকলে ক্ষোভ প্ৰকাশ কৰি উচ্ছেদিতক পুনৰ সংস্থাপনৰ দাবী জনোৱাৰ লগতে ফটোগ্ৰাফাৰ বিজয় বণিয়াক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে শীঘ্ৰে ফাঁচী দিয়াৰ দাবী উত্থাপন ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.