গৰুখুটিত উচ্ছেদ : মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি ৰাজ্যজুৰি আমছুৰ প্ৰতিবাদ

By

Published : Sep 24, 2021, 10:41 PM IST

thumbnail

প্ৰসংগ গৰুখুটি কাণ্ড, ৰাজ্যৰ চৌদিশে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন আমছুৰ ৷ দাহ কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা ৷ অমানৱীয়ভাৱে গুলিবর্ষণ কৰি তিনিজনক হত্যাৰ অভিযোগ তুলি আমছুৰ প্ৰতিবাদ ৷ পুনৰ সংস্থাপন অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী জনাইছে আমছুৱে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.