মুম্বাইৰ বিভিন্ন স্থানত কেমেৰাত বন্দী শ্বাহিদ কাপুৰ, ৰেম' ডিচুজা

By

Published : Mar 31, 2021, 12:05 PM IST

thumbnail

মুম্বাইৰ বিভিন্ন স্থানত যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ’ব শ্বাহিদ কাপুৰকে ধৰি ৰণধীৰ কাপুৰ, ৰেম’ ডিচুজা আৰু বহুজন বন্দী কেমেৰাৰ লেন্সত ৷ সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি কেজুৱেল আউটফিট পৰিহিত শ্বাহিদ কাপুৰক দেখা গৈছিল মুম্বাই এয়াৰপ’ৰ্টত ৷ উল্লাসভৰা মুখনিৰে ৰেম’ ডিছুজাক দেখা যায় পত্নীৰ সৈতে ৷ বৰ্ষীয়ান অভিনেতা ৰণধীৰ কাপুৰক দেখা যায় কন্যা কৰীণা কাপুৰৰ বাসগৃহৰ বাহিৰত ৷ আটাইকেইজন অভিনেতাক ব্যক্তিগত কাৰ্যসূচীত দেখা পোৱা গৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.