শেহতীয়াকৈ সাংবাদিকৰ কেমেৰাত বন্দী বলীউড তাৰকা...

By

Published : Jun 7, 2021, 9:50 PM IST

thumbnail

মায়ানগৰী মুম্বাইত সাংবাদিকৰ কেমেৰাত বন্দী হৈছে বলীউডৰ মোহময়ী অভিনেত্ৰী উৰ্বশী ৰৌতেলা, শিল্পা শেট্টী আৰু পূজা হেগড়ে ৷ উৰ্বশীক বিমানবন্দৰত প্ৰত্যক্ষ কৰাৰ লগতে শিল্পা শেট্টীক বান্দ্ৰাৰ এখন ক্লিনিকৰ বাহিৰত প্ৰত্যক্ষ কৰা হৈছে ৷ ইফালে পূজাক পাইলেটছ ক্লাছৰ পৰা ওলাই অহা দেখা গৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.