মুম্বাইত বলিউডৰ তিনি তাৰকা একেলগে...

By

Published : Mar 12, 2021, 11:16 AM IST

thumbnail

বলিউডৰ তাৰকা কৰীণা কাপুৰ, বিকি কৌশল আৰু ৰাজকুমাৰ ৰাৱক মুম্বাইত দেখা গৈছিল । জন্মদিন অনুষ্ঠানত কৰীণা কাপুৰে বৰপুত্ৰ টাইমুৰ আলী আৰু মাতৃ ববিতাৰ সৈতে ভগ্নী কৰিশ্মা কাপুৰৰ বাসগৃহত হৈছিল উপস্থিত । কৰিশ্মা কাপুৰৰ সন্তান চামাইৰাছৰ জন্মদিন উপলক্ষে আটাইকেইগৰাকীকে এইদৰে দেখা যায় । ইফালে, বিকি কৌশলকো মুম্বাইত জিমৰ বাহিৰত দেখা পৰিলক্ষিত হয় । কৌশলৰ শেহতীয়া ছবি চৰ্দাৰ উধম সিঙত দেখা পোৱা গৈছিল । ৰাজকুমাৰ ৰাৱকো মুম্বাই বিমানবন্দৰৰ বাহিৰত দেখা পোৱা গৈছিল । ৰাৱৰ শেহতীয়াকৈ হৰৰ কমেডী ছবি 'ৰুহী' ১১ মাৰ্চত ছবিগৃহত মুক্তিলাভ কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.