নৱবৰ্ষ উদযাপন কৰি মালদ্বীপৰ পৰা উভতিছে অনন্যা-ঈশান

By

Published : Jan 4, 2021, 11:00 AM IST

thumbnail

মালদ্বীপত একেলগে নৱবৰ্ষ উদযাপন কৰি সুকলমে মুম্বাইলৈ উভতিছে অনন্যা পাণ্ডে আৰু ঈশান খট্টৰে ৷ দেওবাৰে নিশা তেওঁলোকৰ আকৰ্ষণীয় পোছাক পৰিধান কৰি মুম্বাই বিমানবন্দৰত উপস্থিত হয় অনন্যা-ঈশান ৷ দুয়োৰে একেলগে অৱসৰ বিনোদন তথা চৰ্চিত ৰোমাঞ্চৰ বাৰ্তাই এতিয়া চ’ছিয়েল মিডিয়াত যথেষ্ট চৰ্চা লাভ কৰিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.