Bhogali Bihu 2023: কামপুৰৰ মাধৱ কন্দলি ক্ষেত্ৰত ভোগালী উৎসৱৰ আয়োজন

By

Published : Jan 11, 2023, 1:49 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

ভোগালীক আদৰিবলৈ ৰাজ্যজুৰি চলিছে ব্যাপক প্ৰস্তুতি (Preparation of Bhogali Bihu 2023 in Assam) ৷ ৰাজ্য়ৰ আন ঠাইৰ লগতে কামপুৰৰ মাধৱ কন্দলি ক্ষেত্ৰতো পাঁচ দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হ'ব ভোগালী উৎসৱ (Preparation of Bhogali Bihu in Kampur) । অহা ১৪ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ'বলগীয়া এই ভোগালী উৎসৱৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে আয়োজক সমিতিয়ে (Bhogali Festival in Kampur)। উক্ত কাৰ্যসূচীত গ্ৰন্থমেলা, বানিজ্য মেলা, আনন্দ মেলা, সাংস্কৃতিক সন্ধিয়া, বিভিন্ন জাতি-জনগোষ্ঠীৰ অনুষ্ঠানৰ লগতে বাৰেৰহণীয়া কাৰ্যসূচী অনুষ্ঠিত হ'ব ৷ সাংস্কৃতিক অনুষ্ঠানত আচুৰ্য বৰপাত্ৰ আৰু প্ৰিয়ংকা ভৰালীকে আদি কৰি কেইবাগৰাকীও শিল্পীয়ে গীত পৰিবেশন কৰিব বুলি সদৰি কৰিছে আয়োজক সমিতিয়ে ।

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.