Chawki picnic spot attracts tourists: লোকাৰণ্য বাক্সা জিলাৰ চৌকি

By

Published : Jan 1, 2023, 10:25 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

বছৰৰ পহিলা দিনটোত লোকে-লোকাৰণ্য হৈ পৰিছে বাক্সাৰ চৌকী বনভোজথলি(First day of new year 2023) । এক উখল মাখল পৰিবেশে বিৰাজ কৰিছে বনভোজথলীত ৷ লগে ভাগে এসাজ খোৱাৰ মানসেৰে ৰাজ্যখনৰ গুৱাহাটী, নলবাৰীকে আদি কৰি ভিন্ন স্থানৰ পৰা অহা বনভোজকাৰী দলে এক নতুন মাত্ৰা প্ৰদান কৰিছে বাক্সাৰ মানাহ চৌকী বনভোজথলিক । প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ চৌকীত লগে-ভাগে এসাজ খাই আনন্দত আত্মহাৰা হৈ পৰিছে পৰ্যটকসকল(Assam's picnic spot Chawki attracts tourists) । ইফালে নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি বাক্সা জিলা প্ৰশাসনেও তেওঁলোকৰ দ্বায়িত্ব সুচাৰুৰূপে পালন কৰা দেখিবলৈ পোৱা গৈছে । বনভোজকাৰী লোকসকলেও চৌকীলৈ আহি খুবেই আনন্দিত বুলি জানিবলৈ দিয়ে সংবাদ মাধ্যমক ।

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.