Drugs Seized in Tinsukia: তিনিচুকীয়াত আৰক্ষীৰ জালত ড্ৰাগছসহ এজন

By

Published : Nov 7, 2022, 10:06 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

তিনিচুকীয়াত আৰক্ষীৰ অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান (Anti drugs mission of Assam police) ৷ সোমবাৰে সন্ধিয়া তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোঁহাইৰ নেতৃত্বত গেলাপুখুৰীত চলোৱা এক অভিযানত ড্ৰাগছসহ এজনক আটক কৰিবলৈ সক্ষম হয় (Drugs peddlers arrested at Tinchukia) ৷ আটকাধীন অতুল বৰুৱা নামৰ লোকজনৰ পৰা ১০.৩ গ্ৰাম ড্ৰাগছ জব্দ কৰে আৰক্ষীৰ দলটোৱে (Drugs seized in Tinchukia) ৷ আৰক্ষী বিষয়াগৰাকীয়ে জানিব দিয়া অনুসৰি এটা চক্ৰই দীৰ্ঘদিনৰ পৰা ড্ৰাগছৰ সৰবৰাহ অব্যাহত ৰাখিছিল আৰু সোমবাৰে গোপন খবৰৰ ভিত্তিত অভিযান চলাইছিল আৰক্ষী বিষয়াগৰাকীৰ নেতৃত্বত ৷

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.