Hasina Begum news: নিৰাপত্তাৰ অভাৱত হাছিনা বেগম আৰু তেওঁৰ পৰিয়ালবৰ্গ

By

Published : May 31, 2023, 11:28 AM IST

thumbnail

বিহপুৰীয়া, 31 মে’ :  লখিমপুৰ জিলাৰ বঙালমৰা আৰু নাওবৈচা আৰক্ষী চকীৰ অধীনৰ বিভিন্ন স্থানত দীৰ্ঘদিন ধৰি চলি থকা নকল সোণ আৰু নকল টকাৰ বৃহৎ বজাৰখন পোহৰলৈ অনা হাছিনা বেগম আজি জীৱনৰ নিৰাপত্তাৰ অভাৱত ভূগিছে (Black trade in fake gold in Lakhimpur) । সমগ্র বজাৰখনৰ প্ৰকৃত ছবি তথা এই সমূহ কলা ব্যৱসায়ীৰ লগত জড়িত দুষ্ট চক্ৰ সমূহক উৎখাত কৰাৰ ক্ষেত্ৰত লখিমপুৰ আৰক্ষীক সহযোগিতা আগবঢ়োৱা হাছিনা বেগমে খোদ সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে (Hasina Begum news) ৷

চৰকাৰ প্ৰশাসনে মহিলাগৰাকী আৰু তেওঁৰ পৰিয়ালক যদিহে নিৰাপত্তা প্ৰদান কৰিব নোৱাৰে তেন্তে গোটেই পৰিয়ালটোক একেবাৰে শেষ কৰি দিয়ক বুলি বিস্ফোৰক মন্তব্য কৰে হাছিনাই (Hasina Begum suffers from life insecurity) । তেওঁৰ কণমানি ছোৱালীজনীক শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত নকৰিবলৈয়ো অনুৰোধ কৰে হাছিনা বেগমে (Hasina Begum latest updates) ।

লগতে পঢ়ক : Junmoni Rabha death case:দোষী আৰক্ষী বিষয়াক গ্ৰেপ্তাৰৰ দাবীত ধেমাজিত নিখিল ভাৰত ৰাভা ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.