Fake gold boat seized : দুই অভিযুক্তসহ মহানগৰীত জব্দ ৬ খন নকল সোণৰ নাও

By

Published : Apr 3, 2023, 4:16 PM IST

thumbnail

গুৱাহাটী, ৩ এপ্ৰিল : মহানগৰীত বন্ধ হোৱা নাই নকল সোণৰ বেহা ৷ এতিয়াও যেন মহানগৰীৰ মাজেৰে চলি আছে নকল সোণৰ সৰবৰাহ । সোমবাৰে মহানগৰীৰ বৰাগাঁৱত গড়চুক আৰক্ষী আৰু SOG দলে এক গোপন খবৰৰ ভিত্তিত লাভ কৰা তথ্যৰ আধাৰত চলাই এক অভিযান ৷ এই অভিযানত জব্দ কৰা হয় ৬ খন নকল সোণৰ নাও (Fake gold boat seized)।

জানিব পৰা মতে, লখিমপুৰৰ পৰা সৰবৰাহ কৰা হৈছিল জব্দকৃত নকল সোণৰ নাওকেইখন । গড়চুক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সত্যেন্দ্ৰ হাজাৰীয়ে উল্লেখ কৰা অনুসৰি, ঘটনা সন্দৰ্ভত ইতিমধ্যে গড়চুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত বাবুল হুছেইন আৰু মনোজ দাসক (Fraudsters detain with fake gold boat in Guwahati) । আটকাধীন কেইজনক গড়চুক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : Fake gold boat seized: বৰপেটাত নকল সোণৰ নাওসহ গ্ৰেপ্তাৰ প্ৰৱঞ্চক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.