Fake gold seized: ১৮ খনকৈ নকল সোণৰ নাওসহ আটক প্ৰৱঞ্চক

By

Published : Sep 4, 2022, 2:14 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail

নগাঁও আৰক্ষীৰ জালত নকল সোণৰ ব্যৱসায়ী ৷ দেওবাৰে নগাঁও সদৰ আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন সূত্ৰ অনুসৰি অভিযান চলাই কাটিমাৰীৰ পৰা 18 খনকৈ নকল সোণৰ নাও, যীশুৰ মূৰ্তিসহ এজন প্ৰৱঞ্চকক আটক কৰে (Fake gold seized in Nagaon) ৷ প্ৰৱঞ্চকজনৰ নাম অহেদ আলী বুলি আৰক্ষীয়ে জনায় (Fake gold smuggler arrested in Nagaon) ৷ আৰক্ষীয়ে এই সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷

Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.