Drugs seized at Guwahati: গুৱাহাটীত 2.5 কোটি টকাৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী

By

Published : Nov 12, 2022, 8:23 AM IST

Updated : Feb 3, 2023, 8:32 PM IST

thumbnail

জালুকবাৰী আৰক্ষীয়ে শুকুৰবাৰে অভিযান চলাই দুই ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে(Drug peddler arrested at Guwahati) ৷ মহানগৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্ত আৰু পশ্চিম গুৱাহাটী জিলাৰ DCP দেৱাশীষ বৰাৰ নেতৃত্বত চলিছিল এই অভিযান(Assam Police anti drug campaign) ৷ জালুকবাৰী আৰক্ষীয়ে অভিযানৰ সময়ত প্ৰায় আঢ়ৈ কোটি টকা মূল্যৰ য়াবা টেবলেট জব্দ কৰে(Drugs Seized at Guwahati) ৷ আৰক্ষীৰ দলটোৱে সৰবৰাহকাৰী দুটাৰ পৰা এখন চাৰিচকীয়া বাহন, নগদ ধন, মোবাইল ফোনো উদ্ধাৰ কৰে ৷ ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.