New Year Resolution: নতুন বৰ্ষত কি পৰিকল্পনা বিশিষ্ট সাহিত্যিক ড৹ নগেন শইকীয়াৰ ?

By

Published : Dec 31, 2022, 8:35 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail

নৱবৰ্ষৰ প্ৰাকক্ষণত নিজৰ পৰিকল্পনাৰ কথা প্ৰকাশ কৰিলে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্ৰথিতযশা সাহিত্যিক ড৹ নগেন শইকীয়াই(Dr Nagen Saikia) ৷ সংবাদ মাধ্যমৰ আগত 2023বৰ্ষত বহুকেইখন গ্ৰন্থ প্ৰকাশ কৰাৰ পৰিকল্পনা থকাৰ কথা উল্লেখ কৰে সাহিত্যিকগৰাকীয়ে ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ(Dibrugarh University) শিক্ষাৰ্থীসকলৰ বাবেও বিশেষ গ্ৰন্থ প্ৰকাশৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা সদৰী সাহিত্যিকগৰাকীৰ ৷

Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.