Christmas 2022 celebration: খ্ৰীষ্টমাছ ইভকে ধৰি বৰদিন উদযাপনক লৈ উখল মাখল ডিমা হাছাও

By

Published : Dec 21, 2022, 1:47 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

দেওবাৰে পৱিত্ৰ বৰদিন (Christmas celebration) ৷ ইয়াৰ এদিন পূৰ্বে অৰ্থাৎ শণিবাৰে অনুষ্ঠিত হ‘ব খ্ৰীষ্টমাছ ইভ (Christmas eve celebration) ৷ বৰদিন তথা শণিবাৰৰ খ্ৰীষ্টমাছ ইভ উদযাপনক লৈ এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে জিলা সদৰ হাফলঙকে ধৰি ডিমা হাছাও (Pre Christmas 2022 celebration) ৷ কেৰলৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে চৌদিশ ৷ সুন্দৰকৈ সজাই তোলা হৈছে সদৰ চহৰ হাফলঙৰ গীৰ্জাঘৰসমূহ ৷ খ্ৰীষ্টমাছ ট্ৰি আৰু খ্ৰীষ্টমাছ ষ্টাৰেৰে সজাই তোলা হৈছে ঘৰসমূহ ৷ বৰদিন চমু চাপি অহাৰ লগে লগে বজাৰত বৃদ্ধি পাইছে শীতৰ সামগ্ৰী আৰু কেকৰ চাহিদা ৷ শণিবাৰ আৰু দেওবাৰে ক্ৰমে অনুষ্ঠিত হ’বলগীয়া খ্ৰীষ্টমাছ ইভ আৰু খ্ৰীষ্টমাছ উদযাপনৰ বাবে এতিয়া ব্যাপক প্ৰস্তুতি চলা দেখিবলৈ পোৱা গৈছে পাহাৰীয়া জিলাখনত ।

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.