Congress President Bhupen Bora at Sivsagar : কংগ্ৰেছ নেতৃত্বই ভাব বিনিময় কৰিলে কথাশিল্পী ইমৰান শ্বাহৰ সৈতে

By

Published : Dec 7, 2022, 10:14 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail

আজি শিৱসাগৰত কংগ্ৰেছ দলৰ 'ভাৰত জোড়ো' যাত্ৰাৰ পাছতে কথাশিল্পী ইমৰান শ্বাহৰ ঘৰত উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা(Pradesh congress president Bhupen Bora at Sivsagar) । উপস্থিত হৈয়ে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগতে ৰানা গোস্বামী আৰু অপূৰ্ব ভট্টাচাৰ্যই কথাশিল্পী ইমৰান শ্বাহক এখনি গামোচা আৰু এটা জাপিৰে সম্বৰ্ধনা জনায়(congress president Bhupen Bora at Imran Shah home) ৷ কংগ্ৰেছ নেতৃত্বৰ সৈতে বহু সময় ধৰি ভাব বিনিময় কৰে কথাশিল্পী ইমৰান শ্বাহে । ইমৰান শ্বাহে কংগ্ৰেছ দলৰ নেতাকেইজনক এখনি গ্ৰন্থ উপহাৰ হিচাপে প্ৰদান কৰে ।

Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.