CID team in Nagaon : CID ৰ মাৰাথন জেৰাৰ সন্মুখীন ধিং থানাৰ OC ৰজা ইৰ্শ্বাদ

By

Published : May 20, 2023, 3:21 PM IST

Updated : May 20, 2023, 5:46 PM IST

thumbnail

নগাঁও, 20 মে’ : অৱশেষত চি আই ডিৰ মাৰাথন জেৰাৰ সন্মুখীন হৈছে ধিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজা ইৰ্শ্বাদ (CID team interrogates Dhing OC Raja Irshad) । শনিবাৰে দুপৰীয়া নগাঁও আৰক্ষীৰ গেষ্ট হাউচত থকা চি আই ডিৰ দলৰ ওচৰত উপস্থিত হৈছে ৰাজা ইৰ্শ্বাদ (Dhing OC Raja Irshad)।

ৰাজা ইৰ্শ্বাদৰ নাম উল্লেখ আছে জোনমণি ৰাভাৰ মাতৃয়ে দাখিল কৰা এজাহাৰত (FIR against Junmoni Rabha accident case) । একে সময়তে জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা প্ৰণৱ দাসক পুনৰ জেৰা চলাইছে চি আই ডিৰ দলে ।

একে সময়তে জোনমণি ৰাভাৰ দুৰ্ঘটনা প্ৰত্যক্ষ কৰা প্ৰণৱ দাসে চলোৱা বুলি দাবী কৰা মেজিক বাহনৰ মালিককো তলব কৰিছে চি আই ডিৰ দলে । প্ৰণৱ দাস আৰু মেজিকৰ স্বত্বাধিকাৰীক মুখামুখিকৈ চি আই ডিৰ দলে জেৰা চলাই আছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : Assam Police new Guidelines: এতিয়াৰ পৰা DGP ৰ অনুমতি অবিহনে আৰক্ষী বিষয়াসকলে মুখ খুলিব নোৱাৰিব সংবাদ মাধ্যমৰ আগত

Last Updated : May 20, 2023, 5:46 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.