নগাঁৱত প্ৰদেশ বিজেপিৰ দলীয় সভাত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু

By

Published : Aug 28, 2022, 12:09 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail

নগাৱঁত অনুষ্ঠিত প্ৰদেশ বিজেপিৰ দলীয় সভাত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু(Cabinet Minister Kiren Rijiju) । অসম প্ৰদেশ বিজেপিৰ লোকসভা প্ৰৱাস যোজনা সভাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুয়ে(BJP party meeting at Nagaon) । নগাঁও বীণাপানী নাট্যমন্দিৰত অনুষ্ঠিত সভা আৰম্ভৰ পূৰ্বে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'মন কি বাত' কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে(Mann ki batt) । দলীয় সভাখনত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পিয়ুষ হাজৰিকা, বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বামী, শিবু মিশ্ৰ, ৰামকৃষ্ণ ঘোষসহ বহুকেইগৰাকী দলীয় নেতাই অংশগ্ৰহণ কৰে ।

Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.