Zubeen Garg Health Condition: জুবিন গাৰ্গক লৈ ক্ষন্তেক পিছতে গুৱাহাটীলৈ উৰা মাৰিব এয়াৰ এম্বুলেঞ্চ

By

Published : Jul 20, 2022, 3:49 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

হাৰ্টথ্ৰৱ জুবিন গাৰ্গক ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পতালৰ পৰা মোহনবাৰী বিমানবন্দৰ লৈ নিবলৈ সাজু হৈছে এম্বুলেঞ্চ । ডিব্ৰুগড়ৰ পৰা এয়াৰ এম্বুলেঞ্চযোগে নি পোনে পোনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হ'ব জুবিন গাৰ্গক (Zubeen Garg injured)। উল্লেখ্য যে জোনাইত সংগীতানুষ্ঠানৰ পিছত ডিব্ৰুগড়ৰ মনোহাৰী ৰিজৰ্টত আছিল শিল্পীগৰাকী । কিন্তু ৰিজৰ্টত থকা সময়তে বাথৰুমত পিছলি পৰি তেওঁ আঘাতপ্ৰাপ্ত হয় । লগে লগে জুবিন গাৰ্গক ভৰ্তি কৰোৱা হয় সঞ্জীৱনী হাস্পতালত (Zubeen Garg hospitalized in Dibrugarh)।

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.