Municipal Election Results: পৌৰসভা নিৰ্বাচনৰ ফলাফলক লৈ সুখী মন্ত্ৰী অতুল বৰা

By

Published : Mar 9, 2022, 9:29 PM IST

Updated : Feb 3, 2023, 8:19 PM IST

thumbnail

পৌৰসভা নিৰ্বাচনৰ ফলাফলক লৈ সুখী অগপ সভাপতি তথা মন্ত্ৰী অতুল বৰা(Minister Atul Bora satisfied with municipal election results) । তেওঁ কয় যে, 'মই পূৰ্বৰ পৰা কৈ থকা ধৰনেই আশাপ্ৰদ ফলাফল পাইছো(BJP won Assam municipal election) ৷ উন্নয়নৰ স্বাৰ্থত ৰাইজে ভোট দিছে , কংগ্ৰেছে ধাৰাবাহিক ভাৱে বিপৰ্যয়ৰ সন্মূখীন হৈ আহিছে ,বোকাখাতৰ ফলাফলে কংগ্ৰেছে যে ছত্ৰভঙ্গ দিছে সেইয়া প্ৰমাণিত কৰিছে ৷' ইফালে বঙাইগাঁৱত অগপৰ বিফলতা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তাৎপৰ্যপূৰ্ণভাৱে ৰাজনীতিত জয় পৰাজয় থাকিবই তাকেই বুলি ব্যক্ত কৰে অগপৰ সভাপতিগৰাকীয়ে ।

Last Updated : Feb 3, 2023, 8:19 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.