বিশ্বৰ সৰ্বোচ্চ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰত ভক্তৰ ভিৰ

By

Published : Mar 1, 2022, 8:13 PM IST

Updated : Feb 3, 2023, 8:18 PM IST

thumbnail

আজি মহা শিৱৰাত্ৰি ৷ প্ৰত্যকে বছৰৰ দৰে এইবাৰো দেশৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলে অতি উলহ-মালহেৰে উদযাপন কৰা পৰিলক্ষিত হৈছে আজিৰ এই বিশেষ দিনটো ৷ সান্তৰালকৈ সমগ্ৰ দেশৰ লগতে বিশ্বৰ সৰ্বোচ্চ লিংগাকাৰ নগাঁৱৰ মহা মৃত্যুঞ্জয় মন্দিৰৰ প্ৰাংগনতো অতি উলহ মালহেৰে উদযাপিত কৰা হৈছে মহা শিৱৰাত্ৰি পূজা অৰ্চনা (Maha Shivratri at Maha Mrituynjay Mandir) ৷ বঢ়মপুৰৰ ভেৰভেৰী গোঁসাইগাঁওস্থিত মহা মৃত্যুঞ্জয় মন্দিৰ প্ৰাংগণত আজি পুৱাৰে পৰা ভক্তৰ লানি-নিচিগা ভিৰ ৷ আনকি পুৱাৰভাগত মহাশিৱৰাত্ৰী উপলক্ষে মহামৃত্যুঞ্জয় মন্দিৰত উপস্থিত হয় ৰাজ্যৰ ৰাজ্যপাল জগদীশ মুখী (Governor Jagdish Mukhi visits Maha Mrityunjay temple in Nagaon) ৷ চাওঁ আহক মহা শিৱৰাত্ৰী উপলক্ষে ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন...

Last Updated : Feb 3, 2023, 8:18 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.