Dry state বিহাৰত ওলটি পৰিল এখন সুৰাভৰ্তি গাড়ী : ৰাইজ নামিল সুৰা সংগ্ৰহ অভিযানত

By

Published : Mar 31, 2022, 7:59 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

thumbnail

Dry State বিহাৰত (Liquor ban in Bihar) এতিয়া সুৰা দেখিলেই নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱা অৱস্থা হৈছে একাংশ লোকৰ ৷ এই দাবী আমাৰ নহয়, বিহাৰৰ কেমুৰৰ পৰা এটা ঘটনাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে এই কথা এতিয়া সৰ্বত্ৰে চৰ্চিত হৈছে ৷ সুৰাভৰ্তি এখন গাড়ী ওলটি পৰাৰ (Liquor loaded car overturned in Kaimur ) লগে লগে একাংশ স্থানীয় লোকে সকলো পাহৰি লাগি গ’ল সুৰাৰ কাৰ্টুন সংগ্ৰহ কৰাত ৷ কি পুৰুষ, কি মহিলা সকলোৰে হাতে হাতে সুৰা ৷ চাও আহক ভিডিঅ’টো ৷

Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.