Lemon Pound Cake : নেমু পাউণ্ড কেকৰ সৈতে উদযাপন কৰো আহক বৰদিন

By

Published : Dec 25, 2021, 11:31 AM IST

thumbnail

মুখত হাঁহি আৰু সুস্বাদু খাদ্যৰে মন কৰক জাতিষ্কাৰ ৷ আজি খ্ৰীষ্টমাছ ৷ খ্ৰীষ্টমাছৰ বাবে আপুনি কেনেধৰণে প্ৰস্তুতি চলাইছে ? এইবাৰ খ্ৰীষ্টমাছ উদযাপন কৰক ‘নেমু পাউণ্ড কেক’ৰ (Lemon pound cake) সৈতে ৷ এই সুস্বাদু কেক প্ৰস্তুতৰ বাবে মূল সামগ্ৰী হৈছে নেমু ৷ এই কেক কেৱল জিভাৰ জুতিয়েই নহয়, ই স্বাস্থ্যৰ পক্ষেও উপকাৰী খাদ্য ৷ গতিকে ঘৰতেই লেমন পাউণ্ডৰ কেক (Homemade pound cakes) তৈয়াৰ কৰি উদযাপন কৰক 2021 বৰ্ষৰ খ্ৰীষ্টমাছৰ সন্ধিয়া ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.