Tamannaah Bhatia latest video: হৃত্বিক বিকীৰ bouncer হোৱাৰ মন তামান্না ভাটিয়াৰ

By

Published : Sep 6, 2022, 5:06 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail

সোমবাৰে মুম্বাইত অনুষ্ঠিত Babli Bouncer ৰ ট্ৰেইলাৰ উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰে অভিনেত্ৰী তামান্না ভাটিয়াই (Tamannaah Bhatia latest video) । এই অনুষ্ঠানত তামান্নাই শ্বেয়াৰ কৰে যে তেওঁ বলীউডৰ দেখনিয়াৰ অভিনেতা হৃত্বিক ৰোশন আৰু বিকী কৌশলৰ বাবে এদিনৰ বাবে হ’লেও bouncer হ’ব বিচাৰে । Babli Bouncerত bouncerৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব তামান্নাক । মধুৰ ভাণ্ডাৰকাৰৰ দ্বাৰা পৰিচালিত এই কমেডী ছবিখনে যুৱতী মহিলা bouncerৰ বিভিন্ন পৰ্যায়ৰ কাহিনী দেখুওৱাব যিটো সাধাৰণতে পুৰুষে গ্ৰহণ কৰা বৃত্তি বুলি ধাৰণা এটা আমাৰ সমাজত আছে ।

Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.