Suraj Barjatya on Salman Khan marriage: পৰিচালক সুৰজ বৰজাত্যই কৰিছে ছলমানৰ বিয়াৰ পৰিকল্পনা !

By

Published : Nov 11, 2022, 12:21 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

thumbnail

ছলমান খান বুধবাৰে মুম্বাইত সূৰজ বৰজাত্য পৰিচালিত ছবি Uunchai ৰ প্ৰিমিয়াৰত উপস্থিত আছিল । ছলমান আৰু সূৰজে মেইনে প্যাৰ কিয়া আৰু হাম সাথ সাথ হেৰ দৰে চলচ্চিত্ৰত একেলগে কাম কৰিছে । সংবাদ মাধ্যমৰে সৈতে হোৱা বাৰ্তালাপৰ সময়ত, সূৰজে ছলমানৰ বহুতো চৰিত্ৰৰ ভিতৰত আইকনিক চৰিত্ৰটোত প্ৰেম আকৌ উভতি অহাটো নিশ্চিত কৰে । সেই সময়তে ছলমানে ধেমেলীয়াকৈ কয় যে সূৰজে তেওঁৰ পৰৱৰ্তী চলচ্চিত্ৰত তেওঁৰ বিয়া পতাৰ পৰিকল্পনা কৰিছে (Salman khan latest video) । অভিনেতাজনে সূৰজক তেওঁৰ কামৰ বাবে ভূয়সী প্ৰশংসা কৰে ৷ বৃদ্ধ বয়সৰ চাৰিজন বন্ধুৰ কাহিনীৰে নিৰ্মাণ কৰা Uunchai ৰ কথা উল্লেখ কৰি তেওঁ এজন সাহসী চলচ্চিত্ৰ নিৰ্মাতা বুলি অভিহিত কৰে ছলমানে ৷

Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.