Jihadi activities from madrasa: মৰিগাৱঁত জেহাদী সংগঠনৰ মাদ্ৰাছা ছীল, লিংকমেন গ্ৰেপ্তাৰ

By

Published : Jul 28, 2022, 10:58 AM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

মৈৰাবাৰীৰ চহৰীগাঁৱত ভয়ংকৰ ঘটনা ৷ মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ নিকটৱৰ্তী চহৰীয়াগাঁৱৰ জমিউল হুদা নামৰ মাদ্ৰাছাখনত মৰিগাঁও জিলা আৰক্ষীয়ে চলালে অভিযান (Madrassa sealed in Morigaon)৷ মাদ্ৰাছাখনৰ প্ৰধান মুফতি মুস্তাফাৰ জেহাদী সংগঠন লগতৰ সম্পৰ্ক থকাৰ দাবী অসম আৰক্ষীৰ (Police suspect linkman Mufti Mustafa)৷ আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, মুফতিৰ বেংক একাউণ্টত বাংলাদেশৰ আমিৰ উদ্দিন নামৰ এজন লোকৰ লগতে বিভিন্ন দেশৰ পৰা ধন সোমাৱাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে (Police arrested Madrasa head Mufti Mustafa)৷ ইয়াৰ পূৰ্বেও মাদ্ৰাছাখন জেহাদী সংগঠনৰ লগত জড়িত বুলি অভিযোগ উত্থাপন কৰিছিল স্থানীয় লোকে(Jihadi activities from madrasa in Morigaon) ৷ অৱশেষত মাদ্ৰাছাখনৰ পৰা জেহাদী কাৰ্যকলাপ চলাই অহাৰ অভিযোগত আৰক্ষীয়ে মুফতিক গ্ৰেপ্তাৰ কৰে ৷

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.