Actor Nipon Goswami is no more: ৰাজনৈতিক মহলত শোকৰ ছাঁ

By

Published : Oct 27, 2022, 4:10 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

thumbnail

অসমীয়া চলচ্চিত্ৰ জগতৰ চিৰসেউজ অভিনেতা নিপন গোস্বামীৰ বিয়োগে সকলোকে জোকাৰি গ’ল । দীৰ্ঘদিনৰ পৰা হৃদৰোগত আক্ৰান্ত হৈ আছিল অভিনেতাগৰাকী। অৱশেষত নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে (Actor Nipon Goswami is no more) । তেখেতৰ মৃত্যুত চলচিত্ৰ জগতৰ লগতে ৰাজনৈতিক জগততো গভীৰ শোকৰ ছাঁ পৰিছে (Assamese politician expresses condolences message) ৷ অভিনেতা নিপন গোস্বামী দেৱৰ মৃত্যুত অসম চৰকাৰৰ মন্ত্ৰী ৰণিজৎ কুমাৰ দাস (Ranjeet Kumar Dass message on Nipon Goswami demise), বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ (Pramod Boro message on Nipon Goswami demise) লগতে তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীও (MLA olen Daimary) গভাৰ শোক প্ৰকাশ কৰিছে ৷

Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.