ETV Bharat / state

1 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Dec 17, 2021, 1:07 PM IST

1 বজাৰ শীৰ্ষ দহটা বাতৰি

1 বজাৰ শীৰ্ষ দহটা বাতৰি
1 বজাৰ শীৰ্ষ দহটা বাতৰি

Election at Samguri College : নিৰ্বাচন পৰিচালনাৰ নামত ধন সংগ্ৰহৰ অভিযোগ কৰ্তৃপক্ষৰ বিৰুদ্ধে

21 ডিচেম্বৰত চামগুৰি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন (Election at Samguri College) ৷ নিৰ্বাচনৰ পূৰ্বে মহাবিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে অবৈধভাৱে ধন সংগ্ৰহৰ অভিযোগ ৷ আনকি ধন সংগ্ৰহৰ কথা স্বীকাৰ কৰিলে নিৰ্বাচন পৰিচালনাৰ দায়িত্বত থকা অধ্যাপকে ৷

Suicide at Tezpur Central University : তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ আত্মহত্যা

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ আত্মহত্যা (Suicide at Tezpur Central University) ৷ ছাত্ৰীগৰাকীৰ আত্মহত্যাৰ কাৰণ এইপৰ্যন্ত জানিব পৰা হোৱা নাই ৷

মটক ৰজা সৰ্বানন্দ সিংহৰ সোঁৱৰণত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতা

দেশৰ কেইবাটাও আগশাৰীৰ ফুটবল দলৰ অংশগ্ৰহণৰে শুকুৰবাৰৰ পৰা ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব মটক ৰজা সৰ্বানন্দ সিংহ সোঁৱৰণী আমন্ত্ৰণমূলক দিবা-নৈশ ফুটবল প্ৰতিযোগিতা (Matak King Sarbananda Singha memmorial football tournament)। উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব মন্ত্ৰী পীযুষ হাজৰিকা ৷

'Nishad Samaj Jan Sabha' in UP : এদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ প্ৰদেশত অমিত শ্বাহ

ৰাজ্যখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত উপস্থিত থাকিব গৃহমন্ত্ৰীগৰাকী । লক্ষ্ণৌত নিশাদ সমাজ জনসভা সম্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে(Amit Shah at Nishad Samaj Jan Sabha) । ইয়াৰোপৰি ২৩ টা সমবায় বেংকৰ শাখাও উদ্বোধন কৰিব । বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণ বিজেপিৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব ।

Berlin Film Festival 2022: মহোৎসৱলৈ আলিয়াৰ Gangubai Katiawadi

Hum Dil De Chuke Sanam ৰ পিছত দ্বিতীয়বাৰলৈ যুটি বন্ধা অজয় দেৱগণ অভিনীত আৰু সঞ্জয় লীলা ভাঞ্চালীৰ দ্বাৰা পৰিচালিত ‘গংগুবাই কাথিয়াবাড়ী’ প্ৰদৰ্শিত হ’ব বাৰ্লিন মহোৎসৱত (Berlin Film Festival 2022) ৷

FIR against Alia : আটক হ’ব পাৰে আলিয়া ভাট

বলীউডৰ মোহময়ী অভিনেত্ৰী আলিয়া ভাটৰ বিৰুদ্ধে এজাহাৰ (FIR against Alia Bhatt)৷ আটক হ’ব পাৰে অভিনেত্ৰী গৰাকী ৷

Ishan Uday Scholarship Scam: আচঁনিৰ পৰা বঞ্চিত উত্তৰ-পূৱৰ মেধাৱী শিক্ষাৰ্থী

উত্তৰ-পূৰ্বাঞ্চলত ঈশান উদয় আঁচনিৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ (Ishan Uday Scholarship scam in North east)। যোৰহাট জিলাত অপ্ৰতিৰোধ্য সংস্থাৰ আহ্বানত অসংখ্য শিক্ষাৰ্থীয়ে প্ৰতিবাদ সাব্যস্ত কৰিলে ।

Happy Birthday John Abraham : 49 বছৰত ভৰি দিলে বলীউড অভিনেতা জন আব্ৰাহামে

বলীউডৰ অভিনেতা জন আব্ৰাহামে ভৰি দিলে 49 বছৰত (Happy Birthday John Abraham) ৷ মডেল হিচাপে পৰিচিত জনে 2003 চনত জিছম ছবিখনৰে বলীউডত আত্মপ্ৰকাশ ঘটাইছিল ৷

Asian Karate Championship: ভাৰতীয় দলত স্থান লাভ কৰিছে অসমৰ দুজনকৈ খেলুৱৈয়ে

অসমৰ ক্ৰীড়াক্ষেত্ৰলৈ সুখবৰ ৷ এচিয়ান কাৰাটে ড' চেম্পিয়নশ্বিপৰ ভাৰতীয় দলত স্থান লাভ কৰিছে দুজনকৈ খেলুৱৈয়ে ৷ কাজাখস্তানৰ আলমাইটি চহৰত অনুষ্ঠিত হ’ব এচিয়ান কাৰাটে ড’ চেম্পিয়নশ্বিপ ৷

Riteish Deshmukh's birthday: 43 বছৰীয়া হ’ল অভিনেতা ৰিতেশ দেশমুখ

দৰ্শকৰ পছন্দৰ অভিনেতা ৰিতেশ দেশমুখৰ আজি 43 বছৰীয়া জন্মদিন (Riteish Deshmukh turns 43 today) ৷ একেধাৰে এজন দূৰদৰ্শন উপস্থাপক (Television Presenter Riteish Deshmukh), চলচিত্ৰ প্ৰযোজক আৰু কৌতুক অভিনেতা হিচাপে জনাজাত ৰিতেশ দেশমুখ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.