ETV Bharat / sitara

FIR against Alia : আটক হ’ব পাৰে আলিয়া ভাট

author img

By

Published : Dec 17, 2021, 11:10 AM IST

FIR against Alia
আটক হ’ব পাৰে আলিয়া ভাট

বলীউডৰ মোহময়ী অভিনেত্ৰী আলিয়া ভাটৰ বিৰুদ্ধে এজাহাৰ (FIR against Alia Bhatt)৷ আটক হ’ব পাৰে অভিনেত্ৰী গৰাকী ৷

চিটাৰা ডেস্ক, 17 ডিচেম্বৰ : ক’ভিডৰ ধামখুমীয়াত বিগত দুটা বছৰত ৰাইজে একোৰে উৱাদিহ নাপাওতেই আহিল অ’মিক্ৰণ ৷ প্ৰশাসনে ইটোৰ পিছত সিটোকৈ স্বাস্থ্যৰক্ষা জনিত নীতি-নিৰ্দেশনা জাৰি কৰিয়েই আছে ৷ কিন্তু Rules are made tobe broken ক বেছিকৈ মানি চলিছে বহুতেই ৷

তেনে এক কাৰ্যৰ বাবেই বিতৰ্কৰ মাজত সোমাই পৰিল বলীউডৰ মোহময়ী অভিনেত্ৰী আলিয়া ভাট (Bollywood actress Alia Bhatt in controversy) ৷

ক’ভিড নীতি ভংগৰ অভিযোগ উত্থাপন হৈছে ৰণবীৰ কাপুৰৰ প্ৰেমিকাৰ বিৰুদ্ধে (Charges of breaching covid protocol) ৷ ইতিমধ্যেই FIR দাখিল হৈছে তেওঁৰ নামত ৷ আৰক্ষীয়ে আলিয়াক আটক কৰাৰো সম্ভাৱনা প্ৰকাশ পাইছে ৷

লগতে পঢ়ক: Berlin Film Festival 2022: মহোৎসৱলৈ আলিয়াৰ Gangubai Katiawadi

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.