ETV Bharat / state

হোজাইত বন বিভাগৰ জব্দ বহু পৰিমানৰ অবৈধ কাঠ

author img

By

Published : Oct 22, 2019, 5:11 AM IST

হোজাইৰ লংকাত বন বিভাগৰ অভিযান ৷ এই অভিযানত পৃথকে পৃথকে জব্দ বহু পৰিমানৰ চেগুন সহ বনৰীয়া কচু ৷

হোজাইত বন বিভাগৰ জব্দ বহু পৰিমানৰ অবৈধ কাঠ


হোজাই, 21 অক্টোবৰঃ হোজাইৰ লংকাত বন বিভাগৰ অভিযান ৷ এই অভিযানত পৃথকে পৃথকে জব্দ বহু পৰিমানৰ চেগুন সহ বনৰীয়া কচু ৷ বিশেষ সূত্ৰৰ পম খেদি লংকা বন বিভাগে পৃথকে পৃথকে অভিযান চলাই জব্দ কৰে AS 02E 7697 নম্বৰৰ এখন চোৰাং চেগুন কাঠ ভৰ্ত্তি মেজিক গাড়ীসহ বনৰীয়া কচু ৷ জব্দকৃত চেগুনখিনিৰ মূল্য প্ৰায় ৭০ হেজাৰৰো অধিক হ'ব বুলি উল্লেখ কৰে বন বিভাগৰ লোকে ৷ অৱশ্যে ঘটনাস্থলীৰ পৰা চালক গৰাকীয়ে পলায়ন কৰিবলৈ সক্ষম হয় ৷

হোজাইত বন বিভাগৰ জব্দ বহু পৰিমানৰ অবৈধ কাঠ
Intro:হোজাই জিলা লংকাত বন বিভাগৰ অভিযান | Body:হোজাই জিলা লংকাত বন বিভাগৰ অভিযান | অভিযানত পৃথকে পৃথকে জব্দ বহু পৰিমানৰ চেগুন সহ বনৰীয়া কচু |


হোজাই জিলা লংকা বন বিভাগৰ বৃহত্ সফলতা | বিশেষ সূত্ৰৰ পম খেদি লংকা বন বিভাগে পৃথকে পৃথকে অভিযান চলাই জব্দ কৰে এখন চোৰাং চেগুন কাঠ ভৰ্ত্তি মেজিক গাড়ী সহ বনৰীয়া কচু | জব্দকৃত চেগুনখিনিৰ মূল্য প্ৰায় ৭০ হেজাৰৰো অধিক হব |
অৱশ্যে,বন বিভাগৰ হাতত জব্দ হোৱা AS 02E 7697 নম্বৰৰ গাড়ীখনৰ পৰা চালক গৰাকীয়ে পলায়ন কৰিবলৈ সক্ষম হয় |
লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা গোপনে কোনো দুৰ্বৃত্তই চেগুন গছ কাটি কাকীত স্হাপন কৰা অবৈধ কাঠফলা কলৰ পৰা ফালি অনাৰ সন্দেহ কৰা হৈছে চেগুনখিনি | আনহাতে আকৌ বন বিভাগে ভালুকমাৰী সমিপৰ পৰা জব্দ কৰে বহু পৰিমানৰ বনৰীয়া কচু |

BYTE: বন বিষয়া



Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.