ETV Bharat / state

Ragging in Dibrugarh University: ৰেগিং কাণ্ডৰে জড়িত অভিযুক্ত দিব্যজ্যোতি গগৈৰ আত্মসমৰ্পণ

author img

By

Published : Dec 1, 2022, 12:43 PM IST

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভয়ংকৰ ৰেগিং কাণ্ডৰ প্ৰসংগ ৷ ৰেগিঙৰ কাণ্ডত জড়িত দিব্যজ্যোতি গগৈৰ আত্মসমৰ্পণ ৷ আজি ডিব্ৰুগড় সদৰ থানাত আত্মসমৰ্পণ কৰিলে দিব্যজ্যোতিয়ে ৷ আত্মসমৰ্পণৰ পাছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দিব্যজ্যোতিক ৷

Dibyajyoti Gogoi accused of Ragging in Dibrugarh University surrendered
ৰেগিং কাণ্ডৰে জড়িত অভিযুক্ত দিব্যজ্যোতি গগৈৰ আত্মসমৰ্পণ

  • ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভয়ংকৰ ৰেগিং কাণ্ডৰ প্ৰসংগ
  • ৰেগিঙৰ কাণ্ডত লগত জড়িত দিব্যজ্যোতি গগৈৰ আত্মসমৰ্পণ
  • আজি ডিব্ৰুগড় সদৰ থানাত আত্মসমৰ্পণ কৰিলে দিব্যজ্যোতিয়ে
  • আত্মসমৰ্পণৰ পাছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দিব্যজ্যোতিক
  • PNGB ছাত্ৰ নিৱাসত সংঘটিত ভয়ংকৰ ৰেগিং কাণ্ডত অন্যতম অভিযুক্ত আছিল দিব্যজ্যোতি
  • এইজন অভিযুক্তক বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছিল অভিযান
  • ২৭ নৱেম্বৰৰ পৰা আত্মগোপন কৰি আছিল অভিযুক্ত ছাত্ৰজনে(Dibrugarh University Ragging incident)
  • বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক ভূ-তত্ব বিভাগৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ দিব্যজ্যোতি
  • তাৰোপৰি বিশ্ববিদ্যালয়ৰ ছাত্ৰ নিৰ্বাচনৰ সভাপতি পদৰ প্ৰাৰ্থীও আছিল দিব্যজ্যোতি
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.