ETV Bharat / state

DU ragging case : অভিযুক্ত কল্যাণ দত্তৰ আত্মসমৰ্পণৰ পাছতেই গ্ৰেপ্তাৰ আৰক্ষীৰ

author img

By

Published : Dec 3, 2022, 11:51 AM IST

Updated : Dec 3, 2022, 12:31 PM IST

DU ragging case
মূল অভিযুক্ত কল্যাণ দত্তই কৰে আত্মসমৰ্পণ

অৱশেষত ডিব্ৰুগড় আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে DU ৰ ৰেগিংকাণ্ডৰ অন্যতম অভিযুক্ত কল্যাণ দত্তই (Accused of DU ragging case Kalyan Dutta surrendered) ৷ শনিবাৰে পুৱাই আত্মসমৰ্পণ কৰা অভিযুক্ত দত্ত হৈছে PGSU ৰ তৰ্ক বিভাগৰ নৱ-নিৰ্বাচিত সম্পাদক ৷

  • অৱশেষত আত্মসমৰ্পণ কৰিলে DU ৰ ৰেগিং কাণ্ডৰ অন্যতম অভিযুক্ত কল্যাণ দত্তই (Accused of DU ragging case Kalyan Dutta surrendered)
  • অভিযুক্ত কল্যাণ দত্ত হৈছে PGSU ৰ তৰ্ক বিভাগৰ নৱ-নিৰ্বাচিত সম্পাদক
  • ২৭ নৱেম্বৰৰ পৰা পলাতক হৈ আছিল বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ অভিযুক্ত দত্ত
  • কিন্তু আজি অৰ্থাৎ শনিবাৰে পুৱাই ডিব্ৰুগড় আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰে অভিযুক্ত কল্যাণ দত্তই (Kalyan Dutta surrendered)
    DU ragging case
    আত্মসমৰ্পণ কৰে DU ৰ ৰেগিংকাণ্ডৰ অভিযুক্ত কল্যাণ দত্তই
  • দুদিন পূৰ্বে ফেচবুক লাইভযোগে নিজকে নিৰ্দোষী বুলি দাবী কৰি আত্মসমৰ্পণৰ কথা উল্লেখ কৰিছিল দত্তই
  • জানিব পৰা মতে, বৰ্তমান ডিব্ৰুগড় আৰক্ষীৰ জিম্মাত আছে অভিযুক্ত দত্ত
Last Updated :Dec 3, 2022, 12:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.