DU Ragging case: ৰেগিংকাণ্ডৰ পলাতক কল্যাণ দত্তৰ চাঞ্চল্যকৰ ফেচবুক লাইভ

By

Published : Dec 1, 2022, 10:45 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিংকাণ্ডৰ মূল অভিযুক্ত হিচাপে পৰিচিত হোৱা কল্যাণ দত্ত সম্প্ৰতি পলাতক(Accused of Dibrugarh University ragging incident) । বুৰঞ্জী বিভাগৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ কল্যাণ দত্তক বিচাৰি আৰক্ষীয়ে অভিযান চলাই থকাৰ মাজতেই আজি নিজৰ ফেচবুকৰ জড়িয়তে বহু চাঞ্চল্যকৰ মন্তব্য দিছে কল্যাণ দত্তই(Prime accused of Dibrugarh University ragging) । পলাতক কল্যাণ দত্তই নিজকে নিৰ্দোষী আখ্যা দি পুলিচৰ ভয়ত পলাই থকা নাই বুলি উল্লেখ কৰে । আনন্দ শৰ্মাৰ সৈতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হোষ্টেলত আচলতে কি হৈছিল সেইদিনা সেই কথাও কয় কল্যাণ দত্তই । নিজৰ নাম এই ঘটনাৰ লগত জড়িত হোৱাত ভাগি পৰা বুলি উল্লেখ কৰি আৰক্ষীৰ ওচৰত নিজেই আত্মসমৰ্পণ কৰাৰ কথা কয় কল্যাণ দত্তই(Ragging at Dibrugarh university) ।

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.