ETV Bharat / sitara

গুৱাহাটী বিশ্ববিদ্যালয়ত টীম 'ৰত্নাকৰ'

author img

By

Published : Aug 29, 2019, 3:22 PM IST

11 অক্টোবৰত মুক্তি লাভ কৰিবলগীয়া বিগ বাজেটৰ অসমীয়া ছবি ৰত্নাকৰ । বুধবাৰে নিশা গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ছবিখনৰ প্ৰচাৰ অভিযান আৰম্ভ কৰে টীম ৰত্নাকৰে

গুৱাহাটী বিশ্ববিদ্যালয়ত টীম ৰত্নাকৰ

গুৱাহাটী, 29 আগষ্টঃ গুৱাহাটী বিশ্ববিদ্যালয়ত উপস্থিত জনপ্ৰিয় অভিনেতা যতীন বৰাৰ ছবি 'ৰত্নাকৰ'ৰ কলা-কুশলী । বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত নৱাগত আদৰণি সভাত ভাগ ল'লে টীম ৰত্নাকৰে । 11 অক্টোবৰত মুক্তি লাভ কৰিবলগীয়া বিগ বাজেটৰ অসমীয়া ছবি ৰত্নাকৰ । বুধবাৰে নিশা গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰায়ে ছবিখনৰ প্ৰচাৰ অভিযান আৰম্ভ কৰে টীম ৰত্নাকৰে । এই ছবিখনত দেখা যাব জনপ্ৰিয় অভিনেতা যতীন বৰা, অভিনেত্ৰী নিশিতা গোস্বামী, বৰষা ৰাণী বিষয়াকে ধৰি অসমীয়া ছবিজগতৰ ভালেকেইগৰাকী ন-পুৰণি শিল্পীক ।

গুৱাহাটী বিশ্ববিদ্যালয়ত টীম ৰত্নাকৰ

ইফালে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উৎসাহ দেখি আপ্লুত হৈ পৰে ছবিখনৰ কলা-কুশলীসকল । সকলো শ্ৰেণীৰ ৰাইজে ছবিখন চাই ভাল পাব বুলি মন্তব্য কৰে ৰত্নাকৰৰ প্ৰযোজক তথা অভিনেতা যতীন বৰাই ।

Intro:নিশা গুৱাহাটী বিশ্ববিদ্যালয়ত টীম ৰত্নাকৰ। বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত নৱাগত আদৰণি সভাত ভাগ ল'লে টীম ৰত্নাকৰে। ১১ অক্টোবৰত মুক্তি লাভ কৰিবলগীয়া বিগ বাজেটৰ অসমীয়া ছবি ৰত্নাকৰ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই অনুষ্ঠানৰ পৰায়ে ছবিখনৰ প্ৰচাৰ অভিযান আৰম্ভ কৰে টীম ৰত্নাকৰে। এই ছবিখনত দেখা যাব জনপ্ৰিয় অভিনেতা যতীন বৰা, অভিনেত্ৰী নিশিতা গোস্বামী, বৰষা ৰাণী বিষয়াকে ধৰি অসমীয়া ছবিজগতৰ ভালেকেইগৰাকী ন-পুৰণি শিল্পীক। ইফালে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ উৎসাহ দেখি আপ্লুত হৈ পৰে ছবিখনৰ কলা-কুশলীসকল। সকলো শ্ৰেণীৰ ৰাইজে ছবিখন চাই ভাল পাব বুলি মন্তব্য কৰে ৰত্নাকৰৰ প্ৰযোজক তথা অভিনেতা যতীন বৰাই।Body:Guwahati Conclusion:Hirul Haque
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.