ETV Bharat / city

27 জুনত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল

author img

By

Published : Jun 25, 2022, 9:08 AM IST

27 জুনত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে ঘোষণা কৰে এই কথা ৷

HS result will be declared on 27 June
২৭ জুনত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল

নিউজ ডেস্ক, 25 জুন : 27 জুনত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল(HS Exam Result) ৷ পুৱা 9 বজাত ঘোষণা কৰা হ'ব ফলাফল ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Himanta Biswa Sarma)ই শনিবাৰে টুইটযোগে ঘোষণা কৰে এই কথা ৷

  • Results of f HIgher Secondary examination will be announced on 27th June at 9 am. My best wishes results

    — Himanta Biswa Sarma (@himantabiswa) June 25, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত এইবাৰ মুঠ 2,49,812 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল । ইয়াৰে 38,430 গৰাকী বিজ্ঞান শাখা (Science Stream)ত, 1,91,855 গৰাকী কলা শাখা (Arts Stream)ত আৰু 18,432 গৰাকী পৰীক্ষাৰ্থী বাণিজ্য শাখা (Commerce Stream)ত অৱতীৰ্ণ হৈছে । বৃত্তিমূলক শাখাত অৱতীৰ্ণ হৈছে 1,081 গৰাকী পৰীক্ষাৰ্থী ।

লগতে পঢ়ক : উচ্চতৰ মাধ্যমিকৰ মূল্যায়নক লৈ গঠিত উচ্চস্তৰীয় কমিটিৰ প্ৰথমখন বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.