ETV Bharat / bharat

হায়দৰাবাদত অসমৰ মুখ্যমন্ত্ৰী উপস্থিত থকা সভাত অথন্তৰ

author img

By

Published : Sep 9, 2022, 4:58 PM IST

Updated : Sep 9, 2022, 6:17 PM IST

হায়য়দৰাবাদত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অনুষ্ঠানত অথন্তৰ ৷ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিতে এজন লোকে মাইক কাঢ়ি নিয়াৰ চেষ্টা চলায় (Himanta Biswa Sarma programme in Hyderabad)৷

হায়দৰাবাদত অসমৰ মুখ্যমন্ত্ৰী উপস্থিত থকা সভাত অথন্তৰ
হায়দৰাবাদত অসমৰ মুখ্যমন্ত্ৰী উপস্থিত থকা সভাত অথন্তৰ

নিউজ ডেস্ক, 7 ছেপ্টেম্বৰ: শুকুৰবাৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে হায়দৰাবাদৰ এক অনুষ্ঠানত (CM Himanta Biswa Sarma in Hyderabad)৷ উক্ত অনুষ্ঠানত সংঘটিত হ’ল অথন্তৰ (Security beach at Assam CM meeting in Hyderabad)৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰদান কৰাৰ পাছতে ভাষণ প্ৰদান কৰে অন্য এজন বিজেপি নেতাই ৷ সেই সময়তে এজন লোক মঞ্চলৈ উঠি আহি ভাষণ প্ৰদান কৰি থকা লোকজনৰ সন্মুখৰ পৰা মাইক্ৰ’ফোন কাঢ়ি লোৱাৰ চেষ্টা কৰে (Man tried snatch mike in Assam CM meeting)৷

হায়দৰাবাদত অসমৰ মুখ্যমন্ত্ৰী উপস্থিত থকা সভাত অথন্তৰ

গণেশ চতুৰ্থী(Ganesh immersion in Hyderabad) উপলক্ষে অনুষ্ঠিত উক্ত অনুষ্ঠানত সংঘটিত অঘটনটোৰ পাছতে হুৱা-দুৱাৰ সৃষ্টি হয় ৷ পৰৱৰ্তী সময়ত নিৰাপত্তাৰক্ষীয়ে লোকজনক আটক কৰি সেই স্থানৰ পৰা লৈ যায় ৷

এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিত লোকজনে এই কাণ্ড কিয় সংঘটিত কৰিলে সেই বিষয়ে এই পৰ্যন্ত জানিবপৰা হোৱা নাই ৷

লগতে পঢ়ক: গুজৰাটৰ কলকাতা বন্দৰত 200 কোটি টকাৰ হেৰ’ইন জব্দ

Last Updated :Sep 9, 2022, 6:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.