কংগ্ৰেছৰ দিনত দুৰ্নীতি, বিজেপিৰ দিনত ৰাজ্যত উন্নতি হৈছে : ৰণোজ পেগু - অসম মালা আঁচনি

🎬 Watch Now: Feature Video

thumbnail
কংগ্ৰেছৰ দিনত দুৰ্নীতি, বিজেপিৰ দিনত ৰাজ্যত উন্নতি হৈছে : ৰণোজ পেগু (undefined)

By ETV Bharat Assamese Team

Published : March 2, 2024 at 9:25 PM IST

1 Min Read
Choose ETV Bharat

ধেমাজি, 2 মাৰ্চ : ‘‘কংগ্ৰেছ চৰকাৰৰ দিনত উন্নতি নোহোৱা মূলতে আছিল ইমান দিনে অসমৰ ৰাইজে উদক ভেটা ৰখীয়া পাতি থৈছিল ৷ কংগ্ৰেছ চৰকাৰৰ নেতা-মন্ত্ৰীয়ে ছিণ্ডিকেট কৰি ৰাজহুৱা ধন পকেটত ভৰাইছিল ৷ যাৰ বাবে উন্নয়ন হোৱা নাছিল ৷ এতিয়া ছিণ্ডিকেট বন্ধ হৈ গ’ল ৷ দুৰ্নীতি বন্ধ হৈ গ’ল ৷ সেই পইচা এতিয়া ৰাজকোষলৈ আহিছে ৷’’ এই মন্তব্য শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু ৷

উল্লেখ্য যে, শনিবাৰে ধেমাজিত উপস্থিত হয় শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু ৷ ধেমাজিৰ বুটিকোৰত উপস্থিত হৈ শিক্ষামন্ত্ৰী ডাঃ পেগুৱে অসম মালা আঁচনিৰ অধীনত আধাৰশিলা স্থাপন কৰা এক অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷ সম্প্ৰতি বিজেপি নেতৃত্বাধীন অসম চৰকাৰখনৰ উন্নয়ন আৰু হিতাধিকাৰী সৃষ্টিৰ আঁচনিৰ জয়গান গাবলৈ গৈ উক্ত অনুষ্ঠানতে পূৰ্বৰ কংগ্ৰেছ চৰকাৰে কাম নকৰাক লৈ সোচ্চাৰ হৈ পৰা দেখা গ’ল মন্ত্ৰী পেগুক ৷

লগতে পঢ়ক : ফণীভূষণ চৌধুৰীক লৈ অগপৰ বৰপেটাৰ অংকত খেলিমেলি: আমবাৰীত সভা

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details