অসম

assam

মৰাণত অগ্নিপথ আঁচনি বাতিলৰ দাবীত শান্তিপূৰ্ণ সত্যাগ্ৰহ

By

Published : Jun 27, 2022, 10:52 PM IST

বিজেপি চৰকাৰে অগ্নিপথ আঁচনিৰ জৰিয়তে সেনা বাহিনীত যি নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে তাক লৈ সমগ্ৰ দেশতে বিৰোধ কৰা দেখা গৈছে । মৰাণ ট্ৰেফিক পইণ্টৰ সমীপত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ (Assam Pradesh Congress Committee) নিৰ্দেশ মৰ্মে মাহমৰা আৰু লাকুৱা ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত কেন্দ্ৰীয় চৰকাৰে নিবনুৱা সংস্থাপনৰ উদ্দেশ্যে বলবৎ কৰিব বিচৰা অগ্নিপথ আঁচনি বাতিলৰ দাবীত শান্তিপূৰ্ণ সত্যাগ্ৰহ ৰূপায়ণ কৰা হয় (Congress protest against Agnipath Scheme at Moran)।

ABOUT THE AUTHOR

...view details