অসম

assam

বিশ্বনাথত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিলে মন্ত্ৰী ইউ জি ব্ৰহ্মই

By

Published : Aug 15, 2022, 2:23 PM IST

দেশ তথা ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বিশ্বনাথতো উলহ-মালহৰে উদযাপন কৰা হৈছে ৭৬ সংখ্যক স্বাধীনতা দিৱস (76th Independence Day at Biswanath) । বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয় ভাৱে কাছাৰী ময়দানত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে অসম চৰকাৰৰ হস্তঁতাত,বস্ত্ৰ আৰু ৰেচম, বড়োলেণ্ড উন্নয়ন দপ্তৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই (Minister U G Brahma hoisting the national flag) । পুৱা ৮.৪৫ বজাত ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মন্ত্ৰীগৰাকীয়ে । পতাকা উত্তোলনৰ পিছতে স্বাধীনতা দিৱস উপলক্ষে জিলা খনৰ কেইবাখনো বিদ্যালয় আৰু আৰক্ষী, সেনাবাহিনীৰ জোৱানে পেৰেডত অংশগ্ৰহণ কৰে ।

ABOUT THE AUTHOR

...view details