অসম

assam

ৰাজ্যত অনুষ্ঠিত ৰাস মহোৎসৱৰ কিয়দাংশ

By

Published : Nov 19, 2021, 11:37 AM IST

শৰৎ কালৰ পূৰ্ণিমা তিথিত ৰাজ্যজুৰি অনুষ্ঠিত হয় ৰাস মহোৎসৱ ৷ বিশেষকৈ উজনি অসমত ৰাস মহোৎসৱৰ বিশেষ আকৰ্ষণ হ’ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যন্য সৃষ্টি ভাওনা ৷ চাওক মাজুলী আৰু কলিয়াবৰত অনুষ্ঠিত ৰাসৰ কিছু অংশ...

ABOUT THE AUTHOR

...view details