অসম

assam

নিশা কাজিৰঙাৰ ৰাজপথত কেঁটেলা পহুৰ পৰিভ্ৰমণ

By

Published : Jun 25, 2022, 8:28 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

কাজিৰঙাত বান পৰিস্থিতি কিছু শাম কাটিছে যদিও অন্য স্থানত অব্যাহত থকা বানৰ ফলত আশ্ৰয়ৰ অভাৱ ঘটিছে বন্য জীৱ-জন্তুৰ (Flood in Kaziranga national park)। ফলত নিৰাপদ স্থান বিচাৰি ৰাজপথ পালেহি দুষ্প্ৰাপ্য কেঁটেলা পহু (Porcupine in Kaziranga)। এই দৃশ্য কলিয়াবৰৰ কাঞ্চনজুৰি এনিমেল ক’ৰিডৰৰ । নিশা ৰাষ্ট্ৰীয় ঘাইপথত খাদ্যৰ সন্ধানত ঘূৰি ফুৰিছে কেঁটেলা পহুটো । প্ৰকৃতিপ্ৰেমী যুৱক পৰাণ পাচনীয়ে কেঁটেলা পহুটো প্ৰতক্ষ্য কৰি গাড়ী ৰখাই ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ'বৰ বাবে পহুটোক সুবিধা কৰি দিয়ে ।
Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

...view details