অসম

assam

নলবাৰীত মৃত লতামাকৰী বাঘ উদ্ধাৰ

By

Published : Mar 13, 2022, 6:09 PM IST

Updated : Feb 3, 2023, 8:19 PM IST

নলবাৰীৰ পোৰাকুছি পথাৰৰ মাজত উদ্ধাৰ এটি মৃত লতামাকৰী বাঘ(Died Leopard cat Rescued in Nalbari) । উল্লেখ্য যে, ১৩ মাৰ্চ অৰ্থাৎ দেওবাৰে পোৰকুছি পূৱ নলবাৰী কলেজৰ সমীপত উদ্ধাৰ কৰা হয় লতামাকৰী বাঘটো(Nalbari forest department rescued dead leopard cat)। ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ চাৰি পাচদিন পূৰ্বেই বাঘটোৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰে ৷ ইয়াৰ লগতে মৃত বাঘটোৰ বয়স ১০ ৰ পৰা ১২ বয়সৰ ভিতৰত বুলি সদৰি কৰে বন বিভাগে ৷ মুখমণ্ডল উৱলি যোৱাৰ লগতে কিছু কিছু অংগ গলিত অৱস্থাত উদ্ধাৰক লৈ স্থানীয় ৰাইজৰ চাঞ্চল্যৰ সৃষ্টি ৷
Last Updated : Feb 3, 2023, 8:19 PM IST

ABOUT THE AUTHOR

...view details