অসম

assam

ভূমি সংৰক্ষণ বিভাগৰ গছ পুলি ৰোপন কাৰ্যসূচী

By

Published : Aug 20, 2019, 5:33 PM IST

কৃষ্ণচূড়া,সোণাৰু,কদম,শিমলু আদি গছ ৰোপনৰ লক্ষ্যৰে আগবাঢ়ি আহিল ভূমি সংৰক্ষণ বিভাগ । এই কাৰ্যসূচী মঙলবাৰে কমলপুৰৰ কেন্দুকোণাৰ পুঠিমাৰী নৈৰ পাৰত মুকলি কৰে বিভাগীয় মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ময়ে ।

ভূমি সংৰক্ষণ বিভাগৰ গছ পুলি ৰোপন কাৰ্য্যসূচী

কামৰূপ, 20 আগষ্টঃ নৈৰ নৈসৰ্গিক সৌন্দৰ্য আৰু অধিক সুন্দৰ কৰিবলৈ ভূমি সংৰক্ষণ বিভাগৰ গছ পুলি ৰোপন কাৰ্যসূচী । নলবাৰীত কৃষ্ণচূড়া,সোণাৰু,কদম,শিমলু আদি গছ ৰোপনৰ লক্ষ্যৰে আগবাঢ়ি আহিল ভূমি সংৰক্ষণ বিভাগ। এই কাৰ্যসূচী মঙলবাৰে কমলপুৰৰ কেন্দুকোণাৰ পুঠিমাৰী নৈৰ পাৰত মুকলি কৰে বিভাগীয় মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই। 6 হেক্টৰ ভূমিত 8 লাখ টকা ব্যয় সাপেক্ষে গছ পুলি ৰোপন কৰি ইয়াক আপডালৰ ব্যৱস্থা বিভাগে কৰিব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। অবৈধভাৱে নৈ সমূহৰ বালি খনন কৰা কাৰ্যত মন্ত্ৰী গৰাকীয়ে বন বিভাগক ৰাইজৰ স্বাৰ্থৰ উৰ্ধত ৰাখি কাম কৰি যাবলৈ বন বিভাগক আহ্বান জনায় ।
সাংসদ নৱ শৰণীয়াৰ বাহনত সোমবাৰে পাঠশালাত দুষ্কৃতিকাৰীয়ে শিলগুটি নিক্ষেপ কৰা ঘটনাক মন্ত্ৰী গৰাকীয়ে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৷

ভূমি সংৰক্ষণ বিভাগৰ গছ পুলি ৰোপন কাৰ্য্যসূচী
Intro:Minister Pramila Rani Brahma At Kamalpur

VO..এতিয়াৰ পৰা নৈৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰিব পাৰিব । কৃষ্ণচূড়া, সোণাৰু, কদম, শিমলু আদি গছ ৰোপনৰ লক্ষ্যৰে আগবাঢ়ি আহিল ভূমি সংৰক্ষণ বিভাগ । এই কাৰ্যসূচীৰ মঙ্গলবাৰে কমলপুৰৰ কেন্দুকোণাৰ পুঠিমাৰী নৈৰ পাৰত মুকলি কৰে বিভাগীয় মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম ই । ৬ হেক্টৰ ভূমিত ৮ লাখ টকা ব্যয় সাপেক্ষে গছ পুলি ৰোপন কৰি ইয়াক আপডালৰ ব্যৱস্থা বিভাগে কৰিব বুলি মন্ত্ৰী গৰাকীয়ে।কয় । অবৈধভাবে নৈ সমূহৰ বালি খনন কৰা কাৰ্যত মন্ত্ৰী গৰাকীয়ে বণ বিভাগক ৰাইজৰ স্বাৰ্থ উৰ্ধত ৰাখি কাম কৰি যাবলৈ বণ বিভাগক আহ্বান জনায় ।
Byte...মন্ত্ৰী
VO .সাংসদ নৱ শৰণীয়াৰ বাহনত সোমবাৰে পাঠশালাত দুস্কৃতিকাৰীয়ে শিলগুটি নিক্ষেপ কৰা ঘটনাক মন্ত্ৰী গৰাকীয়ে তীব্ৰ ভাষাৰে গৰিহনা দিয়ে ।Body:.Conclusion:.

ABOUT THE AUTHOR

...view details