অসম

assam

হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য

By

Published : Jun 1, 2019, 10:20 AM IST

ৰাজ্যত পুনৰ হ্ৰাস পালে পেট্ৰ'ল- ডিজেলৰ মূল্য

হ্ৰাস পালে পেট্ৰল - ডিজেলৰ মূল্য

গুৱাহাটী, ১ জুন : ৰাজ্যত পুনৰ হ্ৰাস পালে পেট্ৰ'ল- ডিজেলৰ মূল্য ৷

  • শনিবাৰে ০.৬ টকা হ্ৰাস পালে পেট্ৰ'লত
  • ডিজেলত হ্ৰাস পালে ০.১১ টকা
  • গুৱাহাটীত প্ৰতি লিটাৰত পেট্ৰ'লৰ মূল্য ৭১.১৭ টকা
  • প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৬৬.৮৭ টকা
    হ্ৰাস পালে পেট্ৰল - ডিজেলৰ মূল্য
Intro:আজিও হ্ৰাস পালে পেট্ৰল আৰু ডিজেলৰ মূল্য।







Body:
আজি তৃতীয় দিন হ্ৰাস পালে পেট্ৰল আৰু ডিজেলৰ মূল্য। আজি পেট্ৰলত ০৬ পইচা আৰু ডিজেলত ১১ পইচা হ্ৰাস পালে। আজি গুৱাহাটী মহানগৰীত পেট্ৰল আৰু ডিজেলৰ মূল্য পেট্ৰলত ৭১.১৭ (71.17) টকা আৰু ডিজেলত ৬৬.৮৭ (66.87) টকা।




Conclusion:Asrar Ansari
গুৱাহাটী

ABOUT THE AUTHOR

...view details