অসম

assam

দিহিং পাটকাইত জব্দ দুখনকৈ বালি ভৰ্তি ডাম্পাৰ

By

Published : Apr 2, 2021, 1:22 PM IST

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত দুখনকৈ বালি ভৰ্তি ডাম্পাৰ জব্দ ৷ গাড়ী দুখনৰ নম্বৰ- AS23 AC 1166 আৰু AR 11 B 0811 ৷

দিহিং পাটকাইত জব্দ দুটাকৈ বালি ভৰ্তি ডাম্পাৰ
দিহিং পাটকাইত জব্দ দুটাকৈ বালি ভৰ্তি ডাম্পাৰ

মৰাণ, 2 এপ্ৰিল: দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যানত চোৰাং ব্যৱসায়ীৰ বাতৰি ইটিভি ভাৰতত সম্প্ৰচাৰিত হোৱাৰ পিছতেই গা লৰিল ডিব্ৰুগড় বন বিভাগৰ ৷ বালি ভৰ্তি ডাম্পাৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰৰ পৰা জব্দ কৰা হয় ৷

দিহিং পাটকাইত জব্দ দুটাকৈ বালি ভৰ্তি ডাম্পাৰ

দিহিং পাটকাই চৰাইপুং ৰেঞ্জৰ ভিতৰত অবৈধ শিল বালিৰ সৰবৰাহ কৰি থকা ডাম্পাৰ দুখন জব্দ কৰে বন বিভাগে ৷ গাড়ী দুখনৰ নম্বৰ- AS23 AC 1166 আৰু AR 11 B 0811 ৷ ডি এফ অ টি এছ ৰঞ্জিতৰ নেতৃত্বত বন বিভাগে জব্দ কৰে বালি ভৰ্তি ডাম্পাৰ ৷

লগতে পঢ়ক:মুখ্যমন্ত্ৰী নহয় আজমল

ABOUT THE AUTHOR

...view details