অসম

assam

Arms supply to Khalistani terrorists: খালিস্তানী সন্ত্ৰাসবাদীক অস্ত্ৰ যোগান ধৰাৰ অপৰাধত গ্ৰেপ্তাৰ এজন লোক

By

Published : Aug 3, 2022, 11:04 AM IST

খালিস্তানী সন্ত্ৰাসবাদীক অস্ত্ৰ যোগান ধৰাৰ অপৰাধত মধ্য প্ৰদেশৰ খাৰগণ জিলাৰ পৰা গ্ৰেপ্তাৰ এজন অস্ত্ৰ সৰবৰাহকাৰীক (Man arrested for supplying arms to Khalistani terrorists)৷

Etv Bhখালিস্তানী আন্দোলনলৈ অস্ত্ৰ-শস্ত্ৰ যোগান ধৰাৰ অপৰাধত গ্ৰেপ্তাৰ এজনকarat
Etv BharatMan arrested for supplying arms to Khalistani terrorists

নেশ্যনেল ডেস্ক, 3 আগষ্ট:খালিস্তানী আন্দোলনৰ সন্ত্ৰাসবাদীক অস্ত্ৰ-শস্ত্ৰ যোগান ধৰাৰ অপৰাধত মধ্য প্ৰদেশৰ খাৰগণ জিলাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন লোকক ৷ আৰক্ষী অধীক্ষক ৰাহুল কুমাৰ লোধাই জনোৱা মতে, খালিস্তান আন্দোলনলৈ অবৈধ অস্ত্ৰ যোগান ধৰাৰ অপৰাধত দেওবাৰে খাৰগণ জিলাৰ শাস্তিপুৰ থানা এলেকাৰ ভগৱানপুৰাৰ বাসিন্দা আসন সিঙক কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ সহযোগত বুৰহানপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে(Illegal weapons to the Khalistan Movement.)।

কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ প্ৰতিবেদনৰ ভিত্তিত আৰক্ষীয়ে কুখ্যাত অস্ত্ৰ সৰবৰাহকাৰীটোক দেওবাৰে গ্ৰেপ্তাৰ কৰে ৷ এসপ্তাহ ধৰি নিৰীক্ষণ কৰাৰ অন্তত দেওবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অস্ত্ৰ সৰবৰাহকাৰীটোক ৷

লগতে পঢ়ক: জলন্ধৰৰ দেৱালত কোনে লিখিলে 'খালিস্তান জিন্দাবাদ' ?

ABOUT THE AUTHOR

...view details