মেষ ৰাশি:নতুন পোচাক আৰু গহণা ক্ৰয় কৰাৰ সম্ভাৱনা আছে ৷ বন্ধুৰ সৈতে বজাৰলৈ যোৱাৰ সম্ভাৱনা ৷ বিয়লি অত্যধিক ব্যয় হোৱাৰ সম্ভাৱনা ৷ সামাজিক মান্যতা আৰু খ্যাতি বৃদ্ধি পাব ৷ স্বাস্থ্যৰ যতন লওক ৷
বৃষ ৰাশি:ব্যৱসায়ীসকলৰ বাবে অতি লাভজনক দিন ৷ সহকৰ্মীৰ পৰা সহায় লাভ ৷ বন্ধুৰ লগত চিনেমা চাই বা পিকনিক যাব পাৰে ৷
মিথুন ৰাশি: দিনটো মধ্যমীয়া ৷ সন্তানৰ বাবে চিন্তিত হ’ব পাৰে ৷ ঘৰুৱা পৰিৱেশ উন্নত ৷ সামাজিক মান্যতা আৰু আৰ্থিক লাভৰ সম্ভাৱনা ৷
কৰ্কট ৰাশি:যাত্ৰাৰ পৰিকল্পনা সলনি কৰক ৷ কাৰ্যালয়ৰ কামৰ বাবে উপযুক্ত সময় নহয় ৷ মাতৃৰ স্বাস্থ্যৰ যতন লওক ৷ নতুন কামৰ আৰম্ভণি নকৰিব ৷
সিংহ ৰাশি:দিনটো শুভ ৷ অৱশ্যে স্বাস্থ্যৰ যতন লওক ৷ বিদেশ ভ্ৰমণৰ যোগ ৷
কন্যা ৰাশি:দিনটো মধ্যমীয়া ৷ প্ৰাৰম্ভিক অধ্যয়ন নকৰাকৈ খৰধৰকৈ কোনো নতুন কাম আৰম্ভ নকৰিব ৷ স্বাস্থ্য মধ্যমীয়া ৷ কষ্টোপাৰ্জিত ধনৰ বিনিয়োগৰ বাবে ভাল দিন ৷