সৰ্বানন্দ সোণোৱালক জোলকা-জোলোকে পানী খুওৱাৰ হুংকাৰ শৃংখল চলিহাৰ

By

Published : Jan 9, 2021, 7:26 AM IST

thumbnail

আগন্তুক নিৰ্বাচনৰ পূৰ্বে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক জেলত নভৰালে সৰ্বানন্দ সোণোৱালক জোলকা-জোলোকে পানী খুৱাব শৃংখল চলিহাই। ইটিভি ভাৰতৰ সন্মুখত এই বিস্ফোৰক মন্তব্য শৃংখল চলিহাৰ । শৃংখল চলিহাক চৰকাৰে পুনৰ গ্ৰেপ্তাৰৰ পৰিকল্পনা কৰিছে বুলিও অভিযোগ উত্থাপন কৰিছে শৃংখল চলিহাই । ১১ তাৰিখে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে লখিমপুৰত আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিব বীৰ লাচিত সেনাই । ৰাইজৰ দলত কিয় যোগদান নকৰে শৃংখল চলিহাই ? অখিল গগৈৰ মাওবাদীৰে সম্পৰ্ক থকাৰ অভিযোগ সন্দৰ্ভত কি কলে শৃংখল চলিহাই ? ইটিভি ভাৰতৰ এক বিশেষ সাক্ষাৎকাৰত বহু কেইটা বিস্ফোৰক মন্তব্য কৰিলে শৃংখল চলিহাই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.